মৃত্যুৰ মাছালা (অসমীয়া) 1.0 Icon

মৃত্যুৰ মাছালা (অসমীয়া)

MSI Assamese Education
5
7 Ratings
100+
Downloads
1.0
version
Oct 30, 2017
release date
3.1M
file size
Free
Download

What's New

About মৃত্যুৰ মাছালা (অসমীয়া) Android App

মানুহ মৰণশীল, প্ৰত্যেক জীবিত প্ৰাণীৰ এদিন মৃত্যু হবই । আল্লাহ চুবহাল্লাহু তাআ’লাই ছূৰা ‘আল্-ইমৰান’ৰ ১৮৫ নং আয়াতত কৈছে – “প্ৰত্যেক আত্মাই এদিন মৃত্যুৰ সোৱাদ লবই লাগিব” । জীৱশ্ৰেষ্ঠ মানুহক আল্লাহে সৃষ্টি কৰিছে আল্লাহৰ উপাসনা বা ইবাদত কৰিবলৈ আৰু শেষ বিচাৰৰ দিনা পৃথিবীত মানুহৰ কৃত কৰ্মৰ বিচাৰ হব । আল্লাহে যদিও ঘোষণা কৰি থৈছে যে প্ৰত্যেক আত্মাই এদিন মৃত্যুৰ সোৱাদ লবই লাগিব্, তথাপি এই মৃত্যু কোনো এক অচিলা বা কাৰণতহে হোৱা বুলি আমি কওঁ । যেনে : অমুক বেমাৰ হৈ, বা দুৰ্ঘটনা হৈ বা যুদ্ধত বা আত্মহত্যা ইত্যাদি ইত্যাদি । এনেবোৰ কাৰণৰ ভিতৰত অধিকাংশ লোকৰ মৃত্যু বেমাৰ আজাৰৰ জৰিযতে হোৱা দেখা যায় । গতিকে ইছলাম ধৰ্মত ৰোগ বা বেমাৰ সংক্ৰান্তে কিছুমান হাদীছ আছে, যিবিলাক নেকি প্ৰতিজন লোকে মানিব লাগে । মৃত্যুৰ পিছত মৃতদেহ সৎকাৰ, জানাজাৰ নামাজ পঢ়াৰ বিধান আছে, তাৰ পিছত কবৰ জিয়াৰত্, ইছালে চাওৱাব আদি । শুদ্ধ ত্বৰীকাত জানাজাৰ নামাজ পঢ়া, মৃতদেহ সৎকাৰৰ ছহীহ পদ্ধতি, মৃতকৰ বাবে কৰা কবৰ জিয়াৰত্, ইছালে চাওৱাব আদিৰ বিষয়ে বহুতো লোক অজ্ঞ কাৰণ শিক্ষাৰ অভাব । দেখা যায় সমাজত প্ৰচলিত এই নিয়ম সমূহৰ অধিকাংশ ছহীহ হাদীছৰ দ্বাৰা প্ৰমাণিত নহয় । গতিকে মুছলমান লোক সকলক এনে বিষয়ত ছহীহ হাদীছৰ নিৰ্দেশ সম্বন্ধে অবগত কৰাৰ উদ্দেশ্যে এই ক্ষুদ্ৰ প্ৰয়াস । মুছলমান সমাজৰ লোক সকলে ছহীহ পদ্ধতিত আমল কৰিলে লিখকৰ চেষ্টা সাৰ্থক হোৱা বুলি কব পাৰি । আল্লাহে আমাক সকলোকে ছহীহ পদ্ধতিত ইবাদত ও আমল কৰিবলৈ তৌফিক দিয়ক্, আমিন ।- ইক্ৰামূল হুচেইনManuha maranasila, died Tuesday of each habai praanira alive. He taalai cubahallahu churaa 'al-imaraanara kaiche ayatata No. 185 - "It is the spirit of each day soraada labai mrtyura lagiba". Worship or not worship the God of creation manuhaka jirasraestha karaiche allahara end karaibalai arau bicarara Dina manuhara earth bicara karmara be done. However, the spirit of each day that the God declared thaiche karai mrtyura soraada labai lagib, however, any one of these deaths acila or karanatahe horaa I kaom words. For example: such bemara noise, or noise or durghatana yuddhata or suicide, et cetera. Enebora karanara bhitarata seen horaa jaraiyate ajarara bemara most lokara death. Islam is the speed dharmata raoga or bemara sankraante kichumana hadeeth, yibilaka reward is maniba pratijana people. Mrtyura pichata satkara bodies, there are provisions parhara janajara prayers, tara pichata kabara jiyarat, ichale caoraaba original. Tbaraikata clean janajara parha prayers, the body satkarara authentic manner, mrtakara Babe kabara jiyarat inconvertible, ichale caoraaba adira bahuto people are ignorant about the lack of siksara karana. This rule can be seen samajata pracalita samuhara hadichara dbaraa pramanita nahaya most authentic. Sakalaka speed muchalamana people aware of the bisayata authentic hadichara nirdesa karaara ksudra prayasa this purpose. The works are all authentic karaile samajara muchalamana paddhatita try likhakara words sarthaka horaa parai will offer it up. Paddhatita pure worship and practice the God sakaloke amaka karaibalai diyak Tawfiq, Amen .- huceina ikraamula

Other Information:

Requires Android:
Android 4.0 and up
Other Sources:

Download

This version of মৃত্যুৰ মাছালা (অসমীয়া) Android App comes with one universal variant which will work on all the Android devices.

Variant
Updated
(Oct 30, 2017)
Architecture
Minimum OS
Android 4.0 and up
Screen DPI
nodpi (all screens)

All Versions

If you are looking to download other versions of মৃত্যুৰ মাছালা (অসমীয়া) Android App, We have 1 version in our database. Please select one of them below to download.

Loading..